অসম

ৰাজ্যত পুনৰ ডাইনী সন্দেহত মহিলাক হত্যা

asomiyapratidin
  • ৰাজ্যত পুনৰ ডাইনী হত্যা সদৃশ ঘটনা।
  • চোকা অস্ত্ৰৰে আক্ৰমণ কৰি এগৰাকী মহিলাক হত্যা।
  • মহিলাগৰাকীৰ নাম পৱনমতী কৈৰী।
  • মহিলাগৰাকীৰ ঘৰ বৰহাটৰ কৈৰি বস্তিত।
  • ডাইনী সন্দেহত এই হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ।
  • মহিলাগৰাকীক ডাইনী সজাইছিল অঞ্চলটোৰ একাংশ লোকে।
  • ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী।