অসম

কলিয়াবৰৰ হাতীগাঁও চাহ বাগিচাত বনৰীয়া হাতীৰ সন্ত্রাস

Asomiya Pratidin
  • কলিয়াবৰৰ হাতীগাঁও চাহ বাগিচাত বনৰীয়া হাতীৰ সন্ত্রাস

  • বাগিচাত কৰ্মৰত ৫ শ্রমিকক আক্রমণ বনৰীয়া হাতীৰ

  • হাতীৰ আক্রমণত লক্ষ্মণ মিঞ্জ নামৰ এজন শ্রমিক নিহত

  • গুৰুতৰভাৱে আহত ৪ জন শ্রমিক

  • সংকটজনক অৱস্থাত দুজনক তেজপুৰলৈ প্রেৰণ