অসম

লংকাৰ নখুঁটিত বনৰীয়া হাতীৰ উপদ্রৱ

Asomiya Pratidin
  • লংকাৰ নখুঁটিত বনৰীয়া হাতীৰ উপদ্রৱ

  • ১নং চাৰ্কেবস্তিত এজন লোকৰ বাসগৃহ লণ্ডভণ্ড

  • লোকজনৰ নাম নজৰুল ইছলাম

  • হাতীৰ আক্রমণত আহত পৰিয়ালটোৰ ৪জনকৈ সদস্য

  • আহত লোক সকলৰ মাজত আছে দুটি শিশুও

  • ঘটনাস্থলীত উপস্থিত বন বিভাগৰ লোক

  • আহতসকলক লংকা অসামৰিক চিকিৎসালয়ত ভৰ্তি