গোৱালপাৰাত পুনৰ বন্যহস্তীয়ে প্ৰাণ কাঢ়িলে এজনৰ।হাতীৰ আক্ৰমণত নিহত হোৱা লোকজনৰ নাম মালদেৱ সিঙ।নিশা আক্ৰমণ চলাই লাডেন নামেৰে পৰিচিত হাতীটোৱে।ইফালে কথমপি ৰক্ষা আন ৪ যুৱক।বিহু চাই ওভতাৰ পথত লাডেনে খেদি খেদি হত্যা কৰিলে লোকজনক।