পুনৰ ৰে'লৰ খুন্দাত নিহত হ'ল বন্যহস্তী...
পুনৰ ৰে'লৰ খুন্দাত নিহত হ'ল বন্যহস্তী...  
অসম

পুনৰ ৰে'লৰ খুন্দাত নিহত হ'ল বন্যহস্তী...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ পুনৰ ৰে'লৰ খুন্দাত মৃত্যু হ'ল বন্যহস্তীৰ। মৰিয়নিত ৰে'লৰ খুন্দাত নিহত হ'ল এটা বন্যহস্তী।

নামনিমুৱা কামৰূপ এক্সপ্ৰেছৰ খুন্দাত মৃত্যু হ'ল হাতীটোৰ। জানিব পৰা মতে ৰে'লপথত এটা হাতীৰ জাকে অৱস্থান গ্ৰহণ কৰিছিল।

যাৰ বাবে আৱদ্ধ হৈ পৰে ৰে'লখন। গিৱণ অভয়াৰণ্যৰ মাজত আৱদ্ধ হৈ পৰা ৰে'লখনৰ পৰা খুন্দাতে হাতীৰ জাকটোৰে এটা হাতীৰ মৃত্যু হয়।