অসম

জাগুণত নিশা বনৰীয়া হাতীৰ মৃত্যু

asomiyapratidin
  • জাগুণত নিশা বনৰীয়া হাতীৰ মৃত্যু।
  • কথাচেমা গাঁৱত বিদ্যুত্‍স্পৃষ্ট হৈ হাতীটোৰ মৃত্যুৰ সন্দেহ।
  • দেওবাৰে পুৱা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে মৃত হাতীটো।
  • ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত।
  • বৰ্তমানলৈকে জানিব পৰা নাই হাতীটোৰ মৃত্যুৰ কাৰণ।