agrani khabar
agrani khabar agrani khabar
অসম

হাতী-মানুহৰ সংঘাটৰ ভয়ংকৰ পৰিণতিঃ অসম অৰুণাচল সীমান্তত প্ৰাণ গ'ল এজনৰ...

Asomiya Pratidin
  • ৰাজ্যত অব্যাহত আছে হাতী মানুহৰ সংঘাট।

  • এইবাৰ নাহৰকটীয়াত হাতী মানুহৰ ভয়ংকৰ সংঘাট।

  • বনাঞ্চলৰ পৰা জনাঞ্চললৈ খাদ্য বিচাৰি অহা হাতীয়ে চলাইছে সন্ত্ৰাস।

  • হাতীৰ আক্ৰমণত নিহত হৈছে এজন লোক।

  • নিহত লোকজনৰ নাম বন্ধন ওৰাং।

  • নাহৰকটীয়াৰ অসম অৰুণাচল সীমান্তত এই ঘটনা।

  • নামচাং চাহ বাগিচাৰ পুৱেৰণ বস্তিত হাতীয়ে চলালে এই সন্ত্ৰাস।