- বৃহস্পতিবাৰেও চূড়ান্ত নহ'ল কোন হ'ব অসমৰ মুখ্যমন্ত্রী।
- দুই-এদিনতে বিজেপিৰ সংসদীয় ব'ৰ্ডে ল'ব এই সন্দৰ্ভত সিদ্ধান্ত।
- সন্ধিয়া কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ বাসভৱনত হৈছিল গুৰুত্বপূৰ্ণ বৈঠক।
- বৈঠকত মূলতঃ অসম আৰু পশ্চিমবংগক লৈ হৈছিল আলোচনা।
- অসমত চৰকাৰ গঠন সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয় এই বৈঠকত।
- শীঘ্রে অসমৰ বাবে পৰ্যবেক্ষক নিযুক্তি দিয়াৰ সম্ভাৱনা।
- নিৰ্বাচনী পৰ্যবেক্ষক অসমলৈ অহাৰ পাছত সিদ্ধান্ত ল'ব সংসদীয় ব'ৰ্ডে।