অসম

গুৱাহাটীত শিথিল হ’ল লকডাউনৰ কিছু নীতি-নিয়মঃ কেতিয়া খুলিব সুৰাৰ বিপণী…

asomiyapratidin

ডিজিটেল ডেস্কঃ গুৱাহাটীত লকডাউন কিছু পৰিমাণে শিথিল হ'লেও পাচলি বজাৰ খোলা নহয়। অৱশ্যে তাৰ সলনি ঘৰে ঘৰে গৈ পাচলি আৰু ফলমূল বিক্ৰী কৰিব পাৰিব কোনো লোকে। কিন্তু গুৱাহাটীত লকডাউন কিছু পৰিমাণে শিথিল হোৱাৰ বাবে দোকান-পোহাৰ নিৰ্দিষ্ট সময়ত খোলাৰ বাবে খাদ্য-সামগ্ৰীৰ নাটনি নোহোৱা হ'ব বুলি ধাৰণা কৰা হৈছে।

অৱশ্যে লকডাউন শিথিল হ'লেও ভাল খবৰ নাহিল সুৰা সেৱন কৰা লোকসকলৰ বাবে। কাৰণ গুৱাহাটীত নোখোলে সুৰাৰ বিপণী। পৰৱৰ্তী সময়ত কেতিয়া সুৰাৰ বিপণী খুলিব তাক লৈ কোনো তথ্য প্ৰকাশ কৰা নাই প্ৰশাসনে।