ধুবুৰীৰ জিলাৰ তিনি সমষ্টিত চলি আছে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহন ।ধুবুৰী সমষ্টিত ১ বজালৈ ৫৬.৬ শতাংশ ভোটদান । গৌৰিপুৰ সমষ্টিত ১ বজালৈ ৫৬.০ শতাংশ ভোটদান ।গোলকগঞ্জ সমষ্টিত ১ বজালৈ ৫৬.১ শতাংশ ভোটদান ।