নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অব্যাহত ক্ষোভ।এইবাৰ আইনখনৰ বিৰুদ্ধে ওলাই আহিছে সদৌ অসম কৰ্মচাৰী পৰিষদ।বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন প্ৰত্যাহাৰৰ দাবী।কৰ্মচাৰী পৰিষদে ১৬ ডিচেম্বৰত ৰাজ্যিক কৰ্মচাৰীৰ কৰ্মবিৰতি পালন কৰিব।