- আজি পুনৰ এৰি দিয়া হৈছে খানদং বান্ধৰ পানী।
- পুৱা ৫ বজাৰ পৰা খুলি দিয়া হৈছে খানদং বান্ধৰ গেট।
- মূষলধাৰ বৰষুণৰ ফলত বান্ধৰ ওপৰত বৃদ্ধি পাইছে জলস্তৰ।
- মুকলি কৰি দিয়া হৈছে বান্ধটোৰ আটাইকেইখন গেট।
- কপিলী নৈৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত কপিলীপৰীয়া ৰাইজ এতিয়া বানৰ কৱলত।
- ইফালে ১৭ খনকৈ ৰে'ল বাতিল কৰাৰ ফলত যাত্ৰীৰ মাজত হাহাকাৰ।
- বায়ু সেনাই বিমানৰ জৰিয়তে উদ্ধাৰ কৰিছে ৰে'ল ষ্টেচনত আৱদ্ধ হৈ থকা যাত্ৰীক।