- শুকুৰবাৰে ঘোষণা হ'ল শুকুৰবাৰে ঘোষণা হ'ল কেন্দ্ৰীয় লোকসেৱা আয়োগৰ চূড়ান্ত ফলাফল।
- মুঠ ১২ অসম সন্তানে লাভ কৰিলে কৃতিত্ব।
- মুঠ ৭৫৯ প্ৰাৰ্থীৰ চুড়ান্ত ফলাফল ঘোষণা কৰা হ'ল।
- কনিষ্ক কাটাৰিয়াই লাভ কৰিলে শীৰ্ষস্থান।
- দ্বিতীয় স্থানত অক্ষত জৈন।
- আন আন কৃতিত্ব লাভ কৰা অসম সন্তানসকল হৈছে-
- ১০৩ নং স্থানত মৃগাংক শেখৰ পাঠক।
- ১৩০ নং স্থানত ৰঞ্জিতা শৰ্মা।
- ১৪৫ নং স্থানত নমিতা শৰ্মা।
- ১৬৬নং স্থানত দীপাংকৰ চৌধুৰী।
- ১৭০ নং স্থানত গৰিমা শৰ্মা।
- ২০০ নং স্থানত ঋষভা গাৰ্গ।
- ২৮৭ নং স্থানত আৰণ্যক শইকীয়া।
- ৪২৯ নং স্থানত ফৌৰমান ব্ৰহ্ম।
- ৫২৫ নং স্থানত অভিষেক গোস্বামী।
- ৬৪৫ নং স্থানত তাপস বসুমতাৰী।.
- ৬৫৬ নং স্থানত সৌৰভ শৰ্মা।
- ৭০৮ নং স্থানত দীক্ষা লাংথাছা।
চাওক সৱিশেষ প্ৰাৰ্থীৰ তালিকা-