অসম

ইউপিপিএলৰ প্ৰাৰ্থীৰ নাম ঘোষণা

asomiyapratidin
  • লোকসভা নিৰ্বাচনৰ বাবে সাজু হৈছে দেশৰ লগতে ৰাজ্যৰ সকলো ৰাজনৈতিক দল।
  • বৃহস্পতিবাৰে ঘোষণা হ'ল ইউপিপিএল দলৰ প্ৰাৰ্থীৰ নাম।
  • কোকৰাঝাৰত উৰ্খাও গৌৰা ব্ৰহ্ম হ'ব ইউপিপিএলৰ প্ৰাৰ্থী।
  • ইফালে মঙলদৈত প্ৰাৰ্থী হিচাপে প্ৰদীপ কুমাৰ দৈমাৰীৰ নাম প্ৰক্ষেপ।