অসম

চতিয়াত উদ্ধাৰ অচিনাক্ত মৃতদেহ

Asomiya Pratidin
  • চতিয়াত উদ্ধাৰ এটা অচিনাক্ত মৃতদেহ ৷

  • উত্তৰ চতিয়াৰ হাটিশালত উদ্ধাৰ হোৱা পুৰুষৰ মৃতদেহটোৰ বয়স প্ৰায় ৪০ বছৰ হ'ব বুলি ধাৰণা কৰা হৈছে।

  • পিন্ধনত এটা ক’লা জিন্‌চৰ লংপেণ্ট পৰিহিত পুৰুষজনৰ মৃতদেহটো হাটিশালৰ ৰাজপথত পৰি থকা অৱস্থাত স্থানীয়লোকে পুৱা প্ৰত্যক্ষ কৰে।

  • ঘটনাস্থলীত চতিয়া আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে৷

  • সম্প্ৰতি চতিয়া আৰক্ষীয়ে মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে৷