- সোমবাৰে পুৱা ৰাজভৱনৰ পাছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিত হয় কামাখ্যা মন্দিৰত।
- গৃহমন্ত্ৰী গৰাকীৰ উপস্থিতিত মা কামাখ্যা ধামত কটকটীয়া নিৰাপত্তা ব্যৱস্থা।
- পূজা-অৰ্চনাত ভাগ ললে অমিত শ্বাহে।
- শ্বাহৰ সৈতে আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।