অসম

আলফা (স্বাঃ)ৰ কেডাৰৰ আত্মসমৰ্পন

Asomiya Pratidin
  • সোণাৰিত আলফা (স্বাঃ)ৰ কেডাৰৰ আত্মসমৰ্পন।

  • কেডাৰ জনৰ নাম পংকজ গোহাঁই ওৰফে ভৌৰৱ অসম।

  • চৰাইদেউ জিলা আৰক্ষীৰ ওচৰত আত্মসমৰ্পন।

  • ২০১৬চনত আলফা (স্বাঃ)ত যোগদান কৰিছিল কেডাৰজনে।