- আলফা (স্বাধীন)ক ক্ষুৰধাৰ সমালোচনা প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ।
- আলফা (স্বাঃ) সন্দৰ্ভত সাংবাদিকৰ আগত প্রতিক্রিয়া সাংবাদিক গৰাকীৰ।
- আলফাই অসমৰ বাবে একো কৰা নাই বুলি মন্তব্য।
- আলফাই প্রতিষ্ঠা কালৰে পৰা অসমত কলপুলি এটাও ৰোৱা নাই।
- আলফাই শিয়ালৰ দৰে জংঘলৰ পৰা কেৱল চিঞৰিব পাৰে।
- আলফাক আপদ আৰু অপ্রাসংগিক আখ্যা প্রবীণ সাংবাদিকগৰাকীৰ।
- যিসকল ল'ৰা আলফালৈ গৈছে তেওঁলোকৰ পিতৃ-মাতৃ অশিক্ষিত।
- চৰকাৰী চাকৰি নহ'লেই আলফালৈ যাব নালাগে যুৱক-যুৱতীসকল।
- চৰকাৰী চাকৰি অবিহনেও অসমত অজস্র সম্ভ্রান্ত লোক আছে।
- এইদৰেই আলফাক সমালোচনা কৰিলে ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীয়ে।