ওদালগুৰি কেন্দ্ৰীয় স্বাধীনতা দিৱসত অঘটন।ওলোটাকৈ উত্তোলিত হ'ল ৰাষ্ট্ৰীয় পতাকা।.ওদালগুৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ পেৰেড গ্ৰাউণ্ডত এই অঘটন।জিলা উপায়ুক্ত দিলীপ কুমাৰ দাসে উত্তোলন কৰিছিল পতাকা।