ওদালগুৰিত এবছুৰ পথ অৱৰোধ কৰি প্ৰতিবাদ।ৰৌতা-ওদালগুৰিৰ পথটো নিৰ্মাণৰ দাবীত এবছুয়ে পথ অৱৰোধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ।১৫নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথটো মেৰামতিৰ বাবেই এই প্ৰতিবাদ।জৰাজীৰ্ণ পথটো শীঘ্ৰে নিৰ্মাণৰ দাবী এবছুৰ।