অসম

কোভিড-১৯ঃ ৰাজ্যত আকৌ দুজনৰ মৃত্যু…

asomiyapratidin
  • ৰাজ্যত শনিবাৰে কোৰোনাত আক্ৰান্ত ২জনৰ মৃত্যু।
  • মৃত্যু হোৱা লোক দুজন ক্ৰমে- বিনন চন্দ্ৰ দাস আৰু ধনঞ্জয় ৰয়।
  • এতিয়ালৈকে ৰাজ্যত মৃত্যু হোৱা লোকৰ সংখ্যা ৯০২জনলৈ পাইছে বৃদ্ধি।