ধনলৈ থকাৰ সময়তে হাতে-লোতে গ্ৰেপ্তাৰ ধনশিৰি বন সংমণ্ডলৰ বিষয়া...
ধনলৈ থকাৰ সময়তে হাতে-লোতে গ্ৰেপ্তাৰ ধনশিৰি বন সংমণ্ডলৰ বিষয়া... 
অসম

ধনলৈ থকাৰ সময়তে হাতে-লোতে গ্ৰেপ্তাৰ ধনশিৰি বন সংমণ্ডলৰ বিষয়া...

Asomiya Pratidin
  • ওদালগুৰিত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।

  • ধনলৈ থকা অৱস্থাত হাতে-লোতে ধৰিলে এজনক।

  • ধৃত লোকজন হৈছে লাচিত বড়ো।

  • বড়ো হৈছে ধনশিৰি বন সংমণ্ডলৰ বীট অফিচাৰ।

  • বনজ সম্পদ সৰবৰাহৰ ক্ষেত্ৰত এগৰাকী লোকৰ পৰা ধন লোৱাৰ সময়তে হাতে-লোতে ধৰে লোকজনক।

  • আনহাতে আন এজন লোককো গ্ৰেপ্তাৰ কৰিছে দুৰ্নীতি নিবাৰক শাখাই।