অসম

ৰাজ্যত আকৌ কোৰোনাত আক্ৰান্ত দুজনৰ মৃত্যু…

asomiyapratidin
  • ৰাজ্যত আকৌ কোৰোনাত আক্ৰান্ত দুজনে হেৰুৱালে প্ৰাণ।
  • মৃত্যু হোৱা লোক দুজন ক্ৰমে- তিনিচুকীয়াৰ সূৰ্য্য লিম্বু আৰু ডিব্ৰুগড়ৰ কৰুণা কান্ত ভট্টাচাৰ্য।
  • এতিয়ালৈকে অসমত এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৯৮৫জনলৈ পাইছে বৃদ্ধি।