অৰুণাচলৰ কামেং নদীৰ মাজত আৱদ্ধ দুটি শিশু।হঠাৎ নদীখনৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত আবদ্ধ শিশু দুটা।প্রাণ ৰক্ষাৰ বাবে এটা শিলত আশ্রয় শিশু দুটাৰ।আৰক্ষী আৰু স্থানীয় লোকৰ উদ্ধাৰৰ চেষ্টা অব্যাহত।অৰুণাচলৰ চেপা পাচা মায়োৰাং অঞ্চলত এই ঘটনা।