অসম

মানকাচৰৰ পুৱেৰ গাঁৱত নিচাযুক্ত টেবলেটসহ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ দুজন

asomiyapratidin
  • মানকাচৰৰ পুৱেৰ গাঁৱত মানকাচৰ আৰক্ষীৰ অভিযান।
  • অভিযানত গ্ৰেপ্তাৰ দুই টেবলেট সৰবৰাহকাৰী।
  • ধৃত দুজনৰ নাম ইলিয়াচুৰ ৰহমান আৰু সোনা মিয়া বুলি জানিব পৰা গৈছে।
  • দুয়োজনৰ পৰা ৪৫৮ টা এছপি টেবলেট উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।