অসম

শিৱসাগৰৰ আমগুৰিত পিষ্টলসহ দুজনক আটক

asomiyapratidin
  • শিৱসাগৰৰ আমগুৰিত সেনাৰ অভিযানত দুজন ব্যক্তিক আটক।
  • যোৰহাট জিলাৰ বৰহোলাৰ পৰা অনুসৰণ কৰি আমগুৰিত মাৰণাস্ত্ৰসহ আটক কৰে ব্যক্তি দুজনক।
  • আটক কৃষ্ণ সোণোৱাল আৰু হীৰেন সোণোৱাল।
  • সেনাই জব্দ কৰে এটা .৩২, এটা .২২ পিষ্টল আৰু ২ জাঁই গুলী।
  • দুয়োজন ব্যক্তিক আটক কৰি আমগুৰি আৰক্ষীক গতালে সেনাই।