- নাৰায়ণপুৰৰ ধলপুৰত চোৰাং গৰু ভৰ্তি ট্ৰাক জব্দ।
- বিহপুৰীয়া আৰক্ষীৰ অভিযানত জব্দ গৰু ভৰ্তি ট্ৰাক।
- ১৮ টাকৈ গৰু কঢ়িয়াই আনিছিল AS-01-EC-2571 ট্ৰাকখনে।
- ইতিমধ্যে আটক কৰিছে ট্ৰাকখনৰ চালক পিংকু ডেকাক।
- গোগামুখৰ পৰা অনাৰ কথা স্বীকাৰ কৰিছে চালক জনে।
- বিহপুৰীয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উৎপল বৰাৰ নেতৃত্বত চলিছিল অভিযান।