/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/f70ab975-5b77-4d33-89f5-221c8499e53b/102.jpg)
-
নিশা জামুগুৰিহাটত তীব্ৰ উত্তেজনা
-
এখন চালক বিহীন গৰু ভৰ্তি ট্ৰাকক লৈ জামুগুৰিহাটৰ ২ নং বৰ পথাৰত সংঘটিত হয় এক উত্তেজনাময় পৰিস্থিতি
-
AS-28-AC-0450 নম্বৰৰ ট্ৰাকখনত অবৈধভাৱে প্ৰায় ১৮ টাকৈ গৰু কঢ়িয়াই আনিছিল
-
ইতিমধ্যে স্থানীয় ৰাইজে আবদ্ধ কৰে ট্ৰাকখন
-
ঘটনাস্থলীত জামুগুৰি আৰক্ষী থানাৰ দল উপস্থিত হৈ গৰুভৰ্তি ট্ৰাকখন জব্দ কৰি থানালৈ নিয়ে ৷
Also Read: অধিক আত্মবিশ্বাসেই হ'ল কাল ! বাংলাদেশৰ বিৰুদ্ধে শোচনীয় পৰাজয় ভাৰতৰ...