যোৰাবাটৰ ন মাইলত ৰাজপথৰ বুকুত ভয়ংকৰ অগ্নিকাণ্ড।দাউ দাউকৈ জ্বলি উঠিল দুখন ট্ৰাক।খেৰ কঢ়িয়াই অনা হৈছিল ট্ৰাক দুখনত।কোনো দুৰ্বৃত্তই ট্ৰাক দুখনত অগ্নি সংযোগ কৰাৰ সন্দেহ।ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ নিৰ্বাপন কৰে জুই।