অসম

ধুবুৰীত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

asomiyapratidin
  • ধুবুৰীত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ঘোষণা।
  • প্ৰাৰ্থীগৰাকীৰ নাম নুৰুল ইছলাম চৌধুৰী।
  • বৰ্তমান এআইইউডিএফৰ দখলত আছে সমষ্টিটো।
  • এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমল বৰ্তমানৰ সাংসদ উক্ত সমষ্টিত।