অসম

নাহৰকটীয়াত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা…

asomiyapratidin
  • দেওবাৰে পুৱতি নিশা নাহৰকটীয়াত ভয়ংকৰ ৰে'ল দুৰ্ঘটনা।
  • নাহৰকটীয়াৰ বাহধাৰীত লাইনচুত্য হ'ল নামনিমুৱা এখন মালবাহী ৰে'ল।
  • ৰে'ললাইনৰ পৰা বাগৰি পৰে ৭টাকৈ ডবা।
  • দাইলভৰ্তি আছিল মালবাহী ৰে'লখন।
  • দুৰ্ঘটনাৰ ফলত উক্ত ৰে'লপথটোৰে অহা ৫ দিনলৈ বন্ধ থাকিব উজনিমুৱা–নামনিমুৱা ৰে'লৰ চলাচল চলাচল।