তেজপুৰত উপস্থিত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।তেজপুৰ মেডিকেল কলেজ হাস্পতালত উদ্বোধন কৰে প্লাজমা বেংক চেন্টাৰ।উল্লেখ্য যে, এইটো ৰাজ্যৰ দ্বিতীয়টো প্লাজমা বেংক চেন্টাৰ।ৰাজ্যৰ প্ৰথমটো প্লাজমা বেংক চেন্টাৰ জিএমচিএইচত স্থাপন কৰা হৈছে।