নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যত প্ৰতিবাদ অব্যাহত।বিধেয়কৰ বিৰুদ্ধে টীয়কত প্ৰতিবাদ।৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ চুতীয়া জাতি ছাত্র সন্থাকে ধৰি ১৩ সংগঠনৰ।প্ৰতিবাদৰ ফলত ৰাজপথত আৱদ্ধ হৈ পৰে শ শ যান-বাহন।