road accident
road accident road accident
অসম

নিয়ন্ত্রণ হেৰুৱাই গছত খুন্দা চিমেন্ট ভৰ্তি ট্রাকৰ

Asomiya Pratidin
  • তিতাবৰ গড়আলিৰ ধলিত পথ দুৰ্ঘটনা।

  • শুকুৰবাৰে সংঘটিত হয় পথ দুৰ্ঘটনাটো।

  • নিয়ন্ত্রণ হেৰুৱাই গছত খুন্দা এখন চিমেণ্টভৰ্তি ট্রাকৰ।

  • দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ট্রাকখনৰ চালক।

  • চাৰিঘণ্টা ধৰি গাড়ীৰ ভিতৰতে আৱদ্ধ হৈ থাকে চালকজন।

  • সংকটজনক অৱস্থাত JMCHত ভৰ্তি।

  • ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।