অসম

বগীবিল দলং চাবলৈ গৈ ৰহস্যজনকভাৱে সন্ধানহীন তিতাবৰৰ যুৱক

asomiyapratidin
  • ৰহস্যজনকভাৱে সন্ধানহীন তিতাবৰৰ এজন যুৱক।
  • বগীবিল দলং চাবলৈ গৈ সন্ধানহীন যুৱকজন।
  • সন্ধানহীন যুৱকজনৰ নাম মুন্না ঠাকুৰ বুলি জানিব পৰা গৈছে।
  • ৩১ ডিচেম্বৰত বাইকেৰে বগীবিল দলং চাবলৈ গৈছিল যুৱকজন।
  • তিতাবৰ তিনিআলিৰ ফিদুচ ৰহমান নামৰ এজন বন্ধুৰ সৈতে গৈছিল মুন্না।
  • বন্ধু ফিদুচ ৰহমান উভতি আহিল যদিও বৰ্তমানেও কোনো সন্ধান নাই মুন্নাৰ।
  • ঘটনা সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দাখিল পৰিয়ালৰ।