অসম

তিতাবৰত মাতৃক ঘপিয়াই হত্যা সুৰামত্ত পুত্ৰৰ

asomiyapratidin
  • তিতাবৰৰ বিবিজানত অঘটন।
  • সুৰামত্ত পুত্ৰৰ চোকা অস্ত্ৰৰ ঘাপত প্ৰাণ গ'ল মাতৃৰ।
  • নিহত মহিলাগৰাকীৰ নাম বিনু ভৰালী।
  • হত্যাকাৰী পুত্ৰৰ নাম আদিত্য ভৰালী।
  • ঘটনাক কেন্দ্ৰ কৰি সমগ্র অঞ্চলজুৰি তীব্র চাঞ্চল্য অব্যাহত।
  • হত্যাকাৰী পুত্ৰক কঠোৰ শাস্তি দিয়াৰ দাবী চুবুৰীয়াৰ।