অসম

তিতাবৰত ভয়ংকৰ পথ দুৰ্ঘটনা

asomiyapratidin
  • তিতাবৰত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • দ্ৰুতবেগী বাইক আৰু স্কুটীৰ মুখামুখি সংঘৰ্ষ।
  • দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই এজন লোকে।
  • তিতাবৰৰ ন-আলিৰ জালুকণিত সংঘটিত হৈছে এই দুৰ্ঘটনা।
  • শোকাৱহ দুৰ্ঘটনাটোত থিতাতে নিহত হয় এজন লোক।
  • ইফালে গুৰুতৰভাৱে আহত হয় দুজন লোক।
  • আহত দুজনক প্ৰেৰণ কৰা হৈছে জেএমচিএইছলৈ।