তিনিচুকীয়া

তিনিচুকীয়াত বন্যহস্তীৰ তাণ্ডৱ, নিহত এজন

Asomiya Pratidin
  • তিনিচুকীয়াৰ ১নং কাকজানত বনৰীয়া হাতীৰ আক্রমণত এজনৰ মৃত্যু

  • হাতীৰ আক্রমণত মৃত্যু মহেশ্বৰ মৰাণ নামৰ লোকজনৰ

  • খেতি পথাৰলৈ যোৱা সময়তে বন্যহস্তীৰ আক্রমণ লোকজনক

  • বন বিভাগৰ লোকৰ উপস্থিতিত ফিল’বাৰী আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহ