কাকপথাৰত অচিনাক্ত বাহনৰ খুন্দাত নিহত স্কুটি আৰোহী...
কাকপথাৰত অচিনাক্ত বাহনৰ খুন্দাত নিহত স্কুটি আৰোহী... 
তিনিচুকীয়া

কাকপথাৰত অচিনাক্ত বাহনৰ খুন্দাত নিহত স্কুটি আৰোহী...

Asomiya Pratidin
  • নিশা কাকপথাৰত পথ দুৰ্ঘটনা।

  • দুৰ্ঘটনাত থিতাতে নিহত এজন লোক।

  • নিহত লোকজনক ত্ৰিবোদ কোঁৱৰ (৫০) বুলি চিনাক্ত।

  • ত্ৰিবোদ কোঁৱৰৰ ঘৰ ডুমডুমাত।

  • দুৰ্ঘটনাৰ সময়ত এখন স্কুটিৰে গৈ আছিল তেওঁ।

  • সেই সময়তে এখন অচিনাক্ত বাহনে পিছফালৰ পৰা খুন্দা মাৰে স্কুটিখনত।

  • ফলত গুৰুতৰভাৱে আহত হৈ পৰৱৰ্তী সময়ত মৃত্যু হয় ত্ৰিবোদ কোঁৱৰৰ।