মাকুমত তেল চোৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানঃ তেলভৰ্তি এখন টেংকাৰ জব্দ...
মাকুমত তেল চোৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানঃ তেলভৰ্তি এখন টেংকাৰ জব্দ... 
তিনিচুকীয়া

মাকুমত তেল চোৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানঃ তেলভৰ্তি এখন টেংকাৰ জব্দ...

Asomiya Pratidin
  • তিনিচুকীয়াৰ মাকুমত তেল চোৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।

  • মাকুম বাইপাছৰ পৰা খাৰুৱা তেলভৰ্তি এখন টেংকাৰ জব্দ।

  • জব্দকৃত ট্রাকখনৰ নম্বৰ AS-06-AC-1691।

  • ডিগবৈ অভিমুখে গৈ থকা অৱস্থাত জব্দ টেংকাৰখন

  • আৰক্ষীয়ে খেদি খেদি জব্দ কৰে টেংকাৰখন।

  • টেংকাৰখনৰ চালক বুদ্ধি দাসক আটক।