আৰক্ষীয়ে খেদি অনা বালি ভৰ্তি ট্ৰাকৰ খুন্দাত এজনৰ মৃত্যু...
আৰক্ষীয়ে খেদি অনা বালি ভৰ্তি ট্ৰাকৰ খুন্দাত এজনৰ মৃত্যু... 
তিনিচুকীয়া

ডুমডুমাত গছ পৰি দুজনৰ মৃত্যু...

Asomiya Pratidin

ডিজিটেল সংবাদ, ডুমডুমাঃ উজনিৰ পৰা নামনিলৈ এতিয়া প্ৰকৃতিয়ে কালৰূপ ধৰিছে ৷ বিগত দুটা দিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতাহ, ধুমুহা, শিলাবৃষ্টিয়ে কালৰূপ ধৰিছে ৷

তিনিচুকীয়াত দুজনকৈ লোকৰ প্ৰাণ কাঢ়িলে প্ৰচণ্ড ধুমুহাই ৷ জিলাখনৰ ডুমডুমাত সংঘটিত হৈছে এই দুৰ্ঘটনা ৷

শনিবাৰে নিশা বাইকেৰে গৈ থকা অৱস্থাত গছৰ ডাল ভাঙি এজন যুৱকৰ মৃত্যু হয় ৷ ডুমডুমাৰ পৰা বৰডুবিৰ ঘৰলৈ গৈ থকা অৱস্থাত সংঘটিত এই ঘটনা ৷ উক্ত নিশাই গছ পৰি মৃত্যু হয় বিজয় মানকি নামৰ এজনৰ ৷ নিহত যুৱকজনৰ নাম দেৱ কুমাৰ ঠাকুৰ ৷