তিনিচুকীয়াৰ ডাঙৰীৰ পঞ্চ ছহিদে পালে ন্যায়ঃ প্ৰতিটো পৰিয়ালকে ২০ লাখকৈ ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ...
তিনিচুকীয়াৰ ডাঙৰীৰ পঞ্চ ছহিদে পালে ন্যায়ঃ প্ৰতিটো পৰিয়ালকে ২০ লাখকৈ ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ... 
তিনিচুকীয়া

তিনিচুকীয়াৰ ডাঙৰীৰ পঞ্চ ছহিদে পালে ন্যায়ঃ প্ৰতিটো পৰিয়ালকে ২০ লাখকৈ ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ...

Asomiya Pratidin
  • ডাঙৰীৰ পঞ্চ ছহিদলৈ ন্যায়।

  • সুদীৰ্ঘ ২৯ বছৰীয়া আইনী যুঁজৰ অন্তত ন্যায় পালে ৫ গৰাকী ছহিদে।

  • প্ৰতিজন ছহিদৰ পৰিয়ালক ২০ লাখকৈ ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ ন্যায়ালয়ৰ।

  • ১৯৯৪ চনত তিনিচুকিয়া জিলাৰ ডাঙৰীত সেনাই ভুৱা এনকাউণ্টাৰ কৰিছিল ৫ জন ছহিদকে।

  • ছহিদ হোৱাসকল আছিল প্ৰৱীণ সোণোৱাল, অখিল সোণোৱাল, দেৱজিত বিশ্বাস, ভৱেন মৰাণ আৰু প্ৰদীপ দত্ত।

  • এই ঘটনা সন্দৰ্ভত আইনী যুঁজ চলাই আছিল তেতিয়াৰ আছুৰ উপ-সভাপতি তথা এতিয়াৰ অসম জাতিয় পৰিষদৰ নেতা জগদীশ ভূঞাই।

  • এই ঘটনাৰ পিছত অভিযুক্ত সেনা বিষয়া আৰু জোৱানৰ হৈছিল ক'ৰ্ট মাৰ্শ্বাল।

  • তাৰ পিছতো ৰেহাই পাইছিল সেনা বিষয়া, জোৱানসকলে।