- তিনিচুকীয়াত ৪ সন্দেহযুক্ত নাগৰিকক স্থানীয় ৰাইজৰ সহযোগত আটক আৰক্ষীৰ।
- তিনিচুকীয়াৰ ডিৰাক গেটৰ পৰা আটক কৰে লোক কেইজনক।
- লোককেইজনৰ ভিতৰত এগৰাকী মহিলা, ৩জন পুৰুষ।
- তিনিচুকীয়াৰ যুৱ ছাত্ৰ পৰিষদে লোক কেইজনক চমজাই দিয়ে আৰক্ষীক।
- বৰ্তমান সোধা-পোছা অব্যাহত তিনিচুকীয়া আৰক্ষীৰ।