অসম

তিনিচুকীয়াত ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত স্কুটী আৰোহী আহত

asomiyapratidin
  • তিনিচুকীয়াত ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত স্কুটী আৰোহী আহত।
  • গাৰ্গ মটৰ্ছৰ সন্মুখত এই দুৰ্ঘটনা।
  • ৰেল লাইন পাৰ হ'ব লৈছিল স্কুটী আৰোহীজনে।
  • স্কুটী আৰোহীজনৰ নাম যোগানন্দ বৰগোহাঁই।
  • স্কুটীখনৰ নম্বৰ এ এছ ২৩ কিউ ৮৭৪৪।
  • অতি সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বৰগোহাঁইক।