তিনিচুকীয়াৰ পেঙেৰীত মঙলবাৰে নিশা সেনাৰ গুলীচালনা।জিলাখনৰ চিকাৰজানৰ প্ৰদীপ খাটোৱালৰ ঘৰলৈ ধাৰাসাৰ গুলীচালনাস কৰে সেনাই।আলফা(স্বাঃ)ৰ তিনিজনীয়া এটা দলৰ সন্ধানত সেনা-আৰক্ষীয়ে মঙলবাৰে নিশা চলাইছিল অভিযান।চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত অভিযান চলাইছিল সেনাই।