অসম

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে তিনিচুকীয়া যুৱ ছাত্ৰ পৰিষদৰ উলংগ প্ৰতিবাদ

asomiyapratidin

ডিজিটেল সংবাদ, পেঙেৰীঃ দেওবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সাব্যস্ত হয় তীব্ৰ প্ৰতিবাদ। ঠিক একেদৰে তিনিচুকীয়াৰ ৰাজপথতো দেখা গ'ল প্ৰতিবাদী কাৰ্যসূচী। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে তিনিচুকীয়াত যুৱ ছাত্ৰ পৰিষদৰ উলংগ প্ৰতিবাদ৷

লগতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে চহৰখনৰ মাজমজীয়াত শ শ লোকৰ হাতে হাতে ক'লা পতাকা লৈ ক্ষোভ প্ৰকাশ ৷ নাগৰিকত্ব সংশোধনী বিধিয়েকৰ প্ৰতীকি প্ৰতিলিপি দাহ কৰে ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে৷