অসম

ধুবুৰীত গ্ৰেপ্তাৰ চোৰাংচিকাৰী…

asomiyapratidin
  • ধুবুৰীত গ্ৰেপ্তাৰ চোৰাংচিকাৰী।
  • বিলাসীপাৰাত গ্ৰেপ্তাৰ হৈছে বাঘৰ চোৰাংচিকাৰীটো।
  • চোৰাংচিকাৰীটোৰ নাম সুনীলাল বড়ো।
  • আৰক্ষী আৰু সেনাই অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে চোৰাংচিকাৰীটোক।