- কোৰোনা সন্দৰ্ভত কামৰূপ মহানগৰ জিলা উপাযুক্তৰ সংবাদমেল ।
- কন্টেইমেন্ট জ'ন ঘোষণা কৰা মহানগৰীৰ তিনিটা ৱাৰ্ডত কমিছে কোভিড সংক্ৰমন ।
- ৮,১৬ আৰু ২৮ ৱাৰ্ডৰ কন্টেইমেন্ট জ'ন প্ৰত্যাহাৰৰ সিদ্ধান্ত ।
- সোমবাৰৰ পুৱা ৫ বজাৰ পৰা প্ৰত্যাহাৰ হ'ব কন্টেইমেন্ট জ'ন ।
- কোনো লোকৰ স্বাস্থ্য বেয়া লাগিছে অচিৰেই কোভিড টেষ্ট কৰাৰ পৰামৰ্শ উপায়ুক্তৰ ।
- মাইক্ৰ কন্টেইমেন্টজ'নত অধিক গুৰুত্ব দিব জিলা প্ৰশাসনে ।
- সংবাদমেলত উপস্থিত আছি্ল আৰক্ষী আয়ুক্ত এম পি গুপ্তা ।
- নতুন এছঅ'পি মানি চলিবলৈ আহ্বান আৰক্ষী আয়ুক্তৰ ।
- বজাৰ কৰিবলৈ যাওতে অযথা ভিৰ নকৰিবলৈ আহ্বান ।
- প্ৰয়োজন নহ'লে ঘৰৰ ভিতৰতে সোমাই থাকিবলৈ আহ্বান মহানগৰ আৰক্ষীৰ ।
- যুগ্ম-অযুগ্ম নম্বৰ নমনা বাবে ৮ লাখ ২৫ হেজাৰ টকা ৰ জৰিমনা সংগ্ৰহ ।
- জব্দ কৰা হৈছে ২৭৯ খন যানবাহন ।
- ৪৫ হেজাৰ অধিক জৰিমনা বহিছে মাস্ক নিপিন্ধা লোকক ।
- উপাযুক্তই স্বীকাৰ কৰে কোভিডত মহানগৰীত বৃদ্ধি পাইছে মৃত্যুৰ হাৰ ।