অসম

নাগালেণ্ডত সেনাৰে সংঘৰ্ষত নিহত আলফা স্বাধীনৰ ৩ কেডাৰ

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ আলফা স্বাধীন অধিক সক্ৰিয় হৈ পৰাৰ খবৰ প্ৰকাশিত হৈ অহাৰ সময়তে নাগালেণ্ডত বিদ্ৰোহী সংগঠনটোৱে সেনাৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱাৰ খবৰ পোৱা গৈছে।

বিশেষ সূত্ৰই জনোৱা মতে, এই সংঘৰ্ষত নিহত হৈছে ৩জনকৈ আলফা স্বাধীনৰ কেডাৰ। ২জন সেনা আহত হোৱাৰ খবৰো জনাইছে সূত্ৰটোৱে। অৱশ্যে এতিয়ালৈকে সমগ্ৰ ঘটনা সন্দৰ্ভত কোনো নিশ্চিত তথ্য পোৱা হোৱা নাই।