- কলিয়াবৰৰ বুঢ়াপাহাৰ নহৰুবস্তিত ভয়ংকৰ পথ দুৰ্ঘটনা ।
- পথ দূৰ্ঘটনাত থিতাতে নিহত ৩জন, গুৰুতৰভাৱে আহত আন ৩জন ।
- এখন ৰৈ থকা ট্রাকত খুন্দা মাৰে এখন টাটা টিয়াগ' বাহনে ।
- আহত আটাইকে উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্রেৰণ কৰা হয় ।
- দুৰ্ঘটনাগ্রস্ত টিয়াগ'খনৰ নম্বৰ AS02-T-4775 ।
- পথত ৰৈ থকা ট্ৰাক খনৰ নম্বৰ AS09-AC-3635 ।
- নিশা প্রায় ১১ বজাত সংঘটিত হয় এই দুৰ্ঘটনা ।
- এইপৰ্যন্ত চিনাক্ত হোৱা নাই দুৰ্ঘটনাত হতাহতসকল ।